অসমৰ ভিন্ন প্ৰান্তৰ লগতে নুমলীগড়ৰ কালিয়নী নদীৰ কানাইঘাটত অনুষ্ঠিত হ’ল ষঠ পূজা

0
274

আমাৰ সময় ; নিৰঞ্জন দাসৰ ; ২১নৱেম্বৰ : অসমৰ ভিন্ন প্ৰান্তৰ লগতে নুমলীগড়ৰ কালিয়নী নদীৰ কানাইঘাটত অনুষ্ঠিত হ’ল ষঠ পূজা ৷ ইয়াৰ সমান্তৰাল ভাৱে লৱনঘাট, দৈগ্ৰোং নদীৰ পাৰতো অনুষ্ঠিত হ’ল ষট পূজা ৷ আজি পুৱাৰ ভাগত নৈৰ কাষত দেখা গল অগনন ভক্তৰ সমাবেশ । তিনি দিনৰ ব্ৰতৰ অন্তত মনৰ বাঞ্ছা পূৰণৰ অৰ্থে সূৰ্য্য দেৱতাক প্ৰণাম জনাই ভক্তগণে।
উল্লেখ্য যে প্ৰকৃতিৰ সৈতে সম্পৰ্ক থকা এই পূজাত প্ৰতিগৰাকী ভক্তই অতি কঠোৰ ভাবে পালন কৰে নীতি নিয়ম ৷ প্ৰশাসনে বান্ধি দিয়া নিয়ম নীতিৰ মাজৰে এইবাৰ ভক্তই উদযাপন কৰিলে ষঠ পূজা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here