আজমলৰ বৰঘৰত সত্যৰঞ্জণ বৰাৰ হুংকাৰ।

0
224

আমাৰ সময় ; প্ৰশান্ত দত্ত ; ৭ ডিচেম্বৰ : আজমলৰ বৰঘৰত সত্যৰঞ্জণ বৰাৰ হুংকাৰ। হোজাইত উপস্থিত বহু বিতৰ্কীত হিন্দুত্ববাদী সত্যৰঞ্জন বৰা ৷ হোজাইত আজমলৰ সংস্থাৰ বিৰুদ্ধে গোচৰ সত্যৰঞ্জনৰ ৷ আজমলৰ দ্বাৰা পৰিচালিত বে-চৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ ৷ গোচৰ দিবলৈ উপস্থিত হৈয়েই জয় শ্রী ৰাম ধ্বনি সত্যৰঞ্জনৰ অনুগামীৰ৷ সত্যৰঞ্জন বৰাৰ আগমকলৈ হোজাই আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ সাংবাদিক সকলকো আৰক্ষী থানা পৰিসৰত প্ৰবেশৰ নিষেধাজ্ঞা আৰক্ষীৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here