আমেৰিকা জাৰ্মানী ৰাছিয়া ফ্ৰান্স জাপান ইৰানত হাহাকাৰ।পুনৰ বিশ্বজুৰি ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ।

0
220

অমাৰ সম; ২৬ নৱেম্বৰ : আমেৰিকা জাৰ্মানী ৰাছিয়া ফ্ৰান্স জাপান ইৰানত হাহাকাৰ।পুনৰ বিশ্বজুৰি ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ।সংহাৰী ক’ৰনা সংক্ৰমণৰ তৃতীয়টো স্তৰে পুনৰ কম্পিত কৰি তুলিছে সমগ্ৰ বিশ্ব।যোৱা বৰ্ষৰ নৱেম্বৰ মাহত চীনৰ ৱুহান চহৰৰ পৰা সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছে চলিত বছৰটো স্তব্ধ কৰি ৰাখিলে সমগ্ৰ বিশ্ব।শেহতীয়াকৈ যোৱা জুলাই মাহৰ পৰা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত কৰোনা সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত এতিয়া বিভিন্ন ৰাষ্ট্ৰত পুনৰ বৃদ্ধি পাইছে ক’ভিড ১৯ৰ প্ৰকোপ।

ভাৰতীয় তথ্য মতে যোৱা ২৪ ঘন্টাত আমেৰিকা যুক্তৰাষ্ট্ৰত ২,০৮১জন লোক নতুনকৈ ক’ভিড ১৯ত আক্ৰান্ত হৈছে।দেশখনৰ লছ এঞ্জেলছ মহানগৰীতে ২৪ ঘন্টাত আমেৰিকা ৫১ জন লোকৰ মৃত্যু ঘটিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here