গলচেপাত গ্ৰাহকৰ বাবে নতুনকৈ তেল ডিপো মুকলি/মা চাৰ্ভিচ ষ্টেচন নামৰ তেল ডিপো মুকলি মৰিগাঁৱত

0
126

গলচেপাত গ্ৰাহকৰ বাবে নতুনকৈ তেল ডিপো মুকলি

Indian Oil কৰ্তৃপক্ষই মুকলি কৰে এই তেল ডিপো

আমাৰ সময়ঃ মৰিগাঁওবাসীৰ বাবে ভাল খবৰ । এতিয়াৰ পৰা গলচেপালৈ গ’লে ভৰাব পাৰিব তেল ।কিয়নো যোৱা দেওবাৰে গলচেপাত মুকলি হ’ল এটা নতুন তেল ডিপো । থলুৱা লোকসকলক সংস্থাপন দিয়া হৈছে এই তেল ডিপোত ।

মৰিগাঁও জাগীৰোড ঘাই পথৰ মধ্য স্থান গলচেপাত নিৰ্মাণ হোৱা তেল ডিপোটো ভাৰতীয় তেল কৰ্তৃপক্ষৰ অনুমোদিত । তেল ডিপোটোৰ নাম ৰাখে মা চাৰ্ভিচ ষ্টেচন ।
যোৱা দেওবাৰে Indian Oil ৰ জ্যেষ্ঠ বিষয়াই গ্ৰাহকৰ বাবে মুকলি কৰে এই ডিপোটি ।
ইয়াৰ পিছতেই তেল ডিপোটোত তেল ভৰাবলৈ নিজ নিজ বাহন লৈ ভিৰ কৰেহি অসংখ্য গ্ৰাহকে ।

মৰিগাঁও, পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here