চিৰাঙৰ বিজনী ২ নং বিষ্ণুপুৰ বজাৰত ভয়াৱহ অগ্নিকাণ্ড

0
302

আমাৰ সময়; ৩ নৱেম্বৰ ২০২০: চিৰাঙৰ বিজনী নং বিষ্ণুপুৰ বজাৰত ভয়াৱহ অগ্নিকাণ্ড ৷ কেইবা লাখ টকাৰ সা-সম্পত্তিৰ লোকচান ৷দুই নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত চিৰাঙৰ বিষ্ণুপুৰ বজাৰত সংঘটিত হ’ল এক ভয়াৱহ অগ্নিকাণ্ড ৷ভষ্মীভূত হ’ল কেবাখনো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান কেইবা লক্ষাধীক টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱা বুলি অনুমান কৰা হৈছে |
এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাইবিজনী অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰাৰ বাবে জুই অধীক ঠাইলৈ সম্প্ৰসাৰিত হোৱাৰ পৰা ৰক্ষা পৰে ||

LEAVE A REPLY

Please enter your comment!
Please enter your name here