চৰকাৰখনৰ কৃষক বিৰোধী নীতিৰ তীব্ৰ বিৰোধীতাৰে কৃষকৰ আন্দোলন

0
178

আমাৰ সময় ; ২৯ ; নিৰঞ্জন দাস : নৱেম্বৰ চৰকাৰখনৰ কৃষক বিৰোধী নীতিৰ তীব্ৰ বিৰোধীতাৰে কৃষকৰ আন্দোলন ৷ বোকাখাটতো সমল ৷ BJP চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত দিল্লী অভিমুখে পদব্ৰজে যাত্ৰা কৰিছে লাখ লাখ কৃষকে ৷ কৃষকৰ মিছিলে দিল্লীত প্ৰৱেশ কৰাৰ প্ৰাকক্ষণত এজন কৃষকক হত্যা কৰাৰ বাবে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ আন্দোলনমুখী হৈ উঠিছে কৃষক আৰু কৃষকৰ বিভিন্ন সংগঠন ৷ বোকাখাততো কৃষক হত্যাৰ প্ৰতিবাদ আৰু BJPৰ কৃষক বিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত নিখিল ভাৰত কৃষক সংঘ আৰু জীপাল শ্ৰমিক কৃষক সংঘই জোঁৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীয়ে সকলো কৃষক বিৰোধী নীতি বাতিলৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here