ছবি আকি ভাল পোৱা এজন যুৱক

0
418

আমাৰ সময় ; মনজিৎ হাজৰিকা ;  ১ ডিচেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰং তুলিকাৰে ষ্মৰণ ৷  ছবি আঁকি ভাল পোৱা এজন যুৱক ৷ যুৱক জনৰ ঘৰ লক্ষীমপুৰৰ আজাৰত, নাম নীলমনী চাংমাই ৷
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ৰং তুলিকাৰে তিতাবৰ ৰাজীৱ ভৱনৰ দেৱালত অংকন কৰিলে প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবি ।
অংকন সম্পূৰ্ণ হোৱা নাই যদিও নীলমনিৰ হাতৰ পৰশত প্ৰান পাই উঠিছে ছবি খনে ৷ যুৱকজনক ভূয়সী প্ৰশংসা ৰাইজৰ ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here