তিতাবৰত অনুষ্ঠিত হ’ল ৰাইজৰ দলৰ সভা

0
208

আমাৰ সময়; ১৯ নৱেম্বৰ : তিতাবৰত অনুষ্ঠিত হ’ল ৰাইজৰ দলৰ সভা ৷ তিতাবৰৰ পাব্লিক ক্লাৱত যোৱা ১৭ নৱেম্বৰত ৰাইজৰ দলৰ এক সভাৰ জড়িয়তে তিতাবৰ সমষ্টি কমিটি গঠন কৰা হয় ৷
এই সভাত উপস্থিত থাকে দলটোৰ অন্যতম ৰাজ্যিক আহ্বায়ক শৃংখল চলিহা সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
সভাতেই একাংশ ৰাইজে ৰাইজৰ দলত যোগদান কৰে। সভাত বক্তব্য ৰাখি স্বাভাৱিক ভাৱেই শাসনাধীস্থ চৰকাৰখনক আক্ৰমণৰ লক্ষ্য কৰি থকা সৰকা কৰে দলটোৰ আহ্বায়ক শৃংখল চলিহাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here