তিতাবৰত সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ অধিবেশনৰ প্ৰস্তুতি

0
234

আমাৰ সময় ; মনজিৎ হাজৰিকা ; ২২ নৱেম্বৰ : তিতাবৰত সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ অধিবেশনৰ প্ৰস্তুতি ৷ গঠন হল আয়োজক সমিতি ৷ তিতাবৰত সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ অধিবেশনৰ প্ৰস্তুতি ৷ সন্মিলনৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ যোৱা ২০ নৱেম্বৰত তিতাবৰৰ -অসম চাহ মজদুৰ সংঘৰ পেক্ষাগৃহত এক সভা অনুষ্ঠিত হয় ৷ সভাতেই এক উদযাপন সমিতিও গঠন কৰা হয় ৷
সভাই অহা ১ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ সভাত সন্মিলনীৰ বিষয়ববীয়া সহ বহু কেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত আছিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here