দেৰগাঁও কমাৰগাঁৱত দিন-দুপৰতে ডকাইতি ঘটনা। ||AMARXOMOY||

0
258

আমাৰ সময় ; নিৰঞ্জন দাস ; ৬ ডিচেম্বৰ : দেৰগাঁও কমাৰগাঁৱত দিন-দুপৰতে ডকাইতি ঘটনা। দেৰগাঁও কমাৰগাৱত সংগঠিত হৈছে এক ডকাইতি ঘটনা | দিন দুপৰতে ডকাইতে নগদ ধন,লেপটপ,আ-অলংকাৰ, লুটি লৈ যায়। ঘৰৰ খিড়িকী ভাঙি সংঘঠিত হৈছে এই ডকাইতি ঘটনা। জীৱন চন্দ্ৰ হাজৰিকা নামৰ ব্যক্তি জনৰ ঘৰত সংগঠিত হৈছে ঘটনা। ইতিমধ্যেই দেৰগাঁও আৰক্ষীয়ে স্নীফাৰ কুকুৰৰ সহায়ত ঘটনা স্থলীত চলাইছে অনুসন্ধান।
এই পৰ্যন্ত লৈকে কোনো শুংসুত্ৰ পোৱা নাই যদিও অনুসন্ধান অব্যাহত ৰাখিছে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here