দেৰগাঁৱৰ ৰঙামাটিত দাউদাউকৈ জ্বলিল ডিজেল টেংকাৰ

0
409

আমাৰ সময় ; ৪ নৱেম্বৰ ২০২০: দেৰগাঁৱৰ ৰঙামাটিত দাউদাউকৈ জ্বলিল ডিজেল টেংকাৰ। অগ্নিদগ্ধ ৪ শ্ৰমিক। দুজনৰ অৱস্থা সংকটজনক। তেঁওলোকক টতাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাতো চাৰিলেনযুক্ত পথ নিৰ্মানৰ কাৰখানাত সংঘটিত হৈছে । ঘটনাৰ কাৰণ এই মুহুত্বলৈকে জানিব পৰা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here