ধৰমতুলৰ বঙালধৰা তিনি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা

0
100

ধৰমতুলৰ বঙালধৰা তিনি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা

আমাৰ সময়ঃ ধৰমতুলৰ বঙালধৰা তিনি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা |ৰাষ্ট্ৰীয় পথৰ দাঁতিত এই পথ দুৰ্ঘটনা | তীব্ৰ বেগেৰে আহি আছিল এখন দাম্পাৰ | নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত |গুৱাহাটীৰ পৰা মৰিগাঁও অভিমুখে আহিছিল দাম্পাৰখন | ৰাষ্ট্ৰীয় পথৰ পৰা মৰিগাঁওমুখে ঘূৰোৱাৰ সময়তে বাগৰি পৰে দাম্পাৰখন | শিলভৰ্তি দাম্পাৰখনৰ নম্বৰ AS CG 0618 | কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেন |দুৰ্ঘটনা সংঘটিত কৰি পলায়ন চালক আৰু হেণ্ডিমেন |

মৰিগাওঁ,পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here