আজি শিশু দিৱস ৷ জৱাহৰলাল নেহৰুৰ জন্মদিন

0
260

আমাৰ সময় ; ১৪ নৱেম্বৰ : আজি শিশু দিৱস ৷ জৱাহৰলাল নেহৰুৰ জন্মদিন ৷ সমগ্ৰ দেশবাসীৰ লগতে নুমলীগড়তো অনুষ্ঠুপিয়াকৈ উদযাপিত হ’ল শিশু দিৱস ৷ আজি শিশু দিৱস । প্ৰাক্তন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন ৷ দেশবাসীয়ে আজিৰ শিশু দিৱসৰ দিনটো বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰিলে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰঙীৰ বহুতো অঞ্চলত অনুষ্টুপিয়াকৈ পালন কৰিলে শিশু দিৱস । মৰঙী মৌজাৰ 5 নং ৰংবংত মুক্তি যুৱ সংঘৰ উদ্যোগতো শিশু দিৱস উদযাপন কৰিলে ৰাইজে ।
শিশু দিৱসৰ লগত সংগতি ৰাখি শিশু সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰে আয়োজক সমিতিয়ে ৷ আনহাতে বিষ্ণুপুৰ আমৰজ্যোতি পুথিভঁৰালৰ উদ্যোগতো অনুষ্টুপিয়াকৈ শিশু দিৱস উদযাপিত হয়  ৷ পুৱাই পতাকা উত্তোলনেৰে অনুষ্ঠুপিয়াকৈ বিভিন্ন কাৰ্য্যসূচীৰে উদযাপন কৰে শিশু দিৱস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here