বঙাইগাঁওত চৰকাৰী বিষয়াৰ বাসগৃহত আৰক্ষীৰ তালাচী -AMARXOMOY

0
225
আমাৰ সময় ; ২৭  ডিচেম্বৰ : বঙাইগাঁওত চৰকাৰী বিষয়াৰ বাসগৃহত আৰক্ষীৰ তালাচী বিষয়াগৰাকী হ’ল বইটামাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া আলী আকবৰ গ্ৰামোন্নয়নৰ বিভিন্ন আঁচনি ৰূপায়নৰ নামত দীৰ্ঘদিন ধৰি দুৰ্নীতি-লুণ্ঠনত জড়িত হৈ নামে-বেনামে গঢ়িছিল সম্পত্তিৰ পাহাৰ বঙাইগাঁও জিলা গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যবাহী বিষয়াই অভয়াপুৰী থানাত তৰিছিল গোচৰ |
২০১৮-১৯ বিত্তীয় বৰ্ষৰ পঞ্চম বিত্তীয় আয়োগৰ অধীনৰ আঁচনিৰ নামত আত্মসাৎ কৰিছিল ৪,৭৭,৮৯৯ টকা আজি অভয়াপুৰীৰ টেংনামাৰীস্থিত বাসগৃহত অভয়াপুৰী আৰক্ষী আৰু বইটামাৰী আৰক্ষীয়ে চলায় এক অভিযান খণ্ড উন্নয়ন বিষয়া আলী আকবৰ সম্প্ৰতি পলাতক বিশেষ কথা সাংবাদিকৰ আগত সদৰী নকৰিলে আৰক্ষীয়ে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here