দিপাৱলীৰ নামত হোৱা প্ৰদুষণৰ সম্পৰ্কে ৰাইজক সজাগ কৰাৰ চেষ্ঠা একাংশ নৱ প্ৰজন্মৰ

0
212

আমাৰ সময় ; অনুপজ্যোতি দাস ; ১৫ নৱেম্বৰ : বঙাইগাঁওৰ অভয়াপুৰীত ব্যতিক্ৰমীভাৱে দিপাৱলী উদযাপন ৷ দিপাৱলীৰ নামত হোৱা প্ৰদুষণৰ সম্পৰ্কে ৰাইজক সজাগ কৰাৰ চেষ্ঠা একাংশ নৱ প্ৰজন্মৰ ৷            পৃথিৱীৰ অসুখ শীৰ্ষক নামাকৰণেৰে আয়োজিত ব্যতিক্ৰমী দিপাৱলী উদযাপন কৰি ৰাইজলৈ বিশেষ বাৰ্তা দিয়াৰ প্ৰয়াস অঞ্চলবাসীৰ ৷ অভয়াপুৰীৰ পিৰাধৰাৰ শিশু, কিশোৰ যুৱকসকলে প্ৰায় পাঁচ হেজাৰ মাটিৰ চাকি জ্বলাই এইদৰে প্ৰদুষণ বিহীন ভাৱে উদযাপন কৰে দিপাৱলী ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here