সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’লে সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে

0
392

আমাৰ সময় ; ২২ নৱেম্বৰ : অৱশেষত আনুষ্ঠানিক ভাবে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’লে সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। লুৰিণ জ্যোতি গগৈয়ে আছু ত্যাগ কৰাৰ কথা ঘোষনা কৰাৰ লগে লগে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় দুলীয়াজান অধিৱেশনৰ মুকলি সভাত। আছু ত্যাগৰ ঘোষণা কৰি মঞ্চতে আবেগিক হৈ পৰিল লুৰিণ জ্যোতি গগৈ। বিগত পাঁচ বছৰে আছুক সূচাৰুৰূপে সন্মুখৰ পৰা নেতৃত্ব দিছিল গগৈয়ে ৷
শেহতীয়া পৰিবেশ আৰু পৰিস্থিতি চাই জাতিটোৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা বুলি অৱগত কৰিলে লুৰিণজ্যোতিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here