সশস্থ সীমা বাহিনীত কনিষ্টবলৰ ১৫২২ পদ খালী |

0
280

আমাৰ সময় ; 2 ডিচেম্বৰ : সশস্থ সীমা বাহিনীত কনিষ্টবলৰ ১৫২২ পদ খালী |
আবেদনকাৰীৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ |
মুঠ খালী পদ ১৫২২টাৰ ভিতৰত অসংক্ষিত ৫৫৬টা, অ’বিচিৰ ৩৩৬টা, এছচিৰ ৩৫৫টা, এছটিৰ ১৫১টা, আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰণীৰ প্ৰাৰ্থীৰ বাবে ১১৪টা পদ সংৰক্ষিত থাকিব ।
ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত – নেপাল আৰু ভাৰত – ভূটান সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰা সশস্ত্ৰ সীমা বাহিনীত খালী হৈছে constableৰ ১৫২২টা পদ । ইতিমধ্যে এই বিষয়ে এছএছবিৰ নিযুক্তি বিভাগৰ কমাণ্ডণ্টে ডিএভিপিৰ জড়িয়তে এক বিস্তৃত নিয়োগ বিঞ্জাপন ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশ কৰিছে । প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ১৫২২ পদ পূৰণ হব’লগীয়া বিভাগসমূহ হৈছে – driver-male (574), Laboratory Assistant (21), veterinary (161), Ayah-Female (5), Carpenter (3), Plumber (1), Painter (12), Tailor (20), Cobbler (20), Gardener (9), Cook-male (232), Cook-Female (26), Washerman -male (92), Washerman-Female (28), Barber-male (75), Barber-Female (12), Safairwala -Male (89), Safairwala-Female (28), Water Carrier-Male (101), Wanter carrier-Female (12), আৰু Waiter-Male (1), । আগ্ৰহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় বেৱছাইট www.ssbrectt.gov.in লগ-ইন কৰিব পাৰে । আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here