হোজাইত ৰেলৰ খুন্দাত দুজন লোক নিহত

0
454

আমাৰ সময়; ৫ নৱেম্বৰ ২০২০: হোজাইত ৰেলৰ খুন্দাত দুজন লোক নিহত |হোজাইত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । দ্ৰুতবেগী ৰেলে মহতিয়াই নিয়ে দুজন লোকক ।হোজাই ৰেলৱে ষ্টেচনৰ পৰা ৫০০ মিটাৰ নিলগত নং ৰেলৱে গেটৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা ।
শিলচৰৰ পৰা শিয়ালদহ (seialdah) লৈকে যোৱা কাঞ্চনজঙ্ঘা স্পেচিয়েল এক্সপ্ৰেছখনে দুজন লোকক মহতিয়াই থৈ যায়। ৰেল আৰক্ষীয়ে জনোৱা মতে নিহত ব্যক্তি দুজন সুমিত ঘোষ আৰু নবীন গুপ্তা বুলি জানিব পৰা গৈছে ।ঘটনা স্থলীত হোজাই ৰেল আৰক্ষী উপস্থিত হৈ নিহত ব্যক্তি দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here