হোজাইৰ যোগীজন মণ্ডল যুৱ মৰ্চা আৰু লংকা টাউন মণ্ডল মহিলা মৰ্চাৰ বিশেষ সভা

0
172

অমাৰ সময় ; প্ৰশান্ত দত্ত ; ২৮ নৱেম্বৰ : হোজাইৰ যোগীজন মণ্ডল যুৱ মৰ্চা আৰু লংকা টাউন মণ্ডল মহিলা মৰ্চাৰ বিশেষ সভা ৷ বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় প্ৰমুখ দুলাল শীলৰ মৃত্যুত শোক প্ৰকাশ ৷
হোজাইৰ যোগীজন মণ্ডল যুৱ মৰ্চা আৰু লংকা টাউন মণ্ডল মহিলা মৰ্চাৰ বিশেষ সভা ৷ যোৱা ২৭ নৱেম্বৰত অনুষ্ঠিত হোৱা উক্ত সভাত বিজেপি যুৱ মৰ্চাৰ ভালেকেইগৰাকী নেতা কৰ্মী উপস্থিত থাকে ৷ সভাত বিশ্ব হিন্দু পৰিষদৰ প্রান্তীয় প্ৰমুখ দুলাল শীলৰ মৃত্যুত শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্গতিৰ বাবে এক মিণিত সময় মৌন প্ৰাৰ্থনা কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here