অহা ২৩ ছেপ্টেম্বৰৰ পৰা ৫ লাখ টকাৰ বাবে কৰিব পাৰিব আবেদন
মাজত মাত্ৰ ৩টা দিন। নথি-পত্ৰ লৈ সাজু হওঁক আপুনি। অহা ২৩ ছেপ্টেম্বৰৰ পৰা ৫ লাখ টকাৰ বাবে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্রীৰ আত্মনিৰ্ভয়শীল আঁচনিৰ অধীনত লাভ কৰিব এই টকা ।এই আঁচনিৰ সন্দৰ্ভত দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্স যোগে বৈঠক মুখ্যমন্ত্রীৰ। কেনেকৈ কৰিব আৱেদন ?কাক কাক ৫ লাখ টকা দিব হিমন্ত চৰকাৰে ?
ৰাজ্যৰ নিবনুৱা সকললৈ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা । ২ লাখ নিবনুৱা যুৱক -যুৱতীলৈ ৫ লাখকৈ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে । সম্পূর্ণ অনুদান প্রদান কৰিব তাৰ বাবে ঋন পৰিশোধ কৰিব নালাগে যুৱক -যুৱতীসকলে । মুখ্যমন্ত্রীৰ আত্মনিৰ্ভয়শীল আঁচনিৰ অধীনত লাভ কৰিব ২ লাখকৈ টকা। তাৰ বাবে অনলাইন যোগে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব যুৱক-যুৱতীসকলে । ২৩ চেপ্তেম্বৰৰ পৰা নাম পঞ্জীয়ন কৰিব পাৰিব যুৱক-যুৱতীসকলে। তাৰ বাবে প্রয়োজন হ’ব কিছুমান নথি পত্র। পঞ্জীয়নৰ বাবে আপোনাক লাগিব।প্রথমেই অনলাইন যোগে নাম পঞ্জীয়ন কৰিব লাগিব ।লগতে বয়স আৰু শিক্ষাগত অৰ্হতাৰ তথ্য দিব লাগিব।শিক্ষাগত অৰ্হতা আৰু দক্ষতাৰ ভিত্তিতহে নিৰ্ণয় কৰা হ’ব।আত্মনিৰ্ভয়শীল আঁচনিৰ অধীনত এটকাও ঋণ পৰিশোধ কৰিব নালাগে।
ৰাজ্যৰ নিবনুৱা সকললৈ মুখ্যমন্ত্রীৰ এই বৃহৎ ঘোষণা। আপুনিও কাইলৈয়ে পঞ্জীয়ন কৰাওক আপোনাৰ নাম।
Applications for Rs 5 lakh can be made from September
Only 3 days left. Get ready with the documents. Applications for Rs 5 lakh can be made from September The CM held a video conference from Delhi to discuss the scheme. The CM held a video conference from Delhi to discuss the scheme. How to apply ?Who will get Rs 5 lakh ?
There are 1000+ unemployed people in the state. The state government will provide Rs 5 lakh each to 2 lakh unemployed youths. The youth do not have to repay the loan to provide the full grant. 2 lakh each under the Chief Minister’s Self-Reliant Scheme. There are many ways to get a job online. There are many ways to get a job online. Young people can register from September This will require some documents. You will need to register online first. Also provide your age and educational qualifications. It will be determined on the basis of educational qualifications and skills only. You do not have to repay a single rupee of loan under the self-reliant scheme.
The CM made this big announcement to the unemployed in the state. You too should register your name tomorrow.