হোজাইত সাপ্তাহিক হাট-বজাৰ খুলি দিয়াৰ দাবীত প্ৰতিবাদ

0
148

হোজাইত ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

সাপ্তাহিক হাট-বজাৰ খুলি দিয়াৰ দাবীত এই প্ৰতিবাদ

সদৌ অসম ব্যৱসায়ী সন্থাৰ উদ্যোগত এই প্ৰতিবাদ

হোজাইৰ পৰা সঞ্জয় দাসৰ সহযোগত প্ৰশান্ত দত্তৰ ৰিপৰ্ট, আমাৰ সময়ঃ হোজাইত সদৌ অসম ব্যৱসায়ী সন্থাৰ উদ্যোগত হোজাই ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ। কৰ’ণা মহামাৰীৰ বাবে বন্ধ হৈ থকা সাপ্তাহিক হাট-বজাৰসমূহ অতি শীঘ্ৰে খুলি দিয়াৰ দাবীত এই প্ৰতিবাদ । ব্যৱসায়ী সন্থাই হাতে হাতে পোষ্টাৰ-বেনাৰ আৰু প্লে’ কাৰ্ড লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ।হাট-বজাৰ ব্যৱসায়ী সকলৰ বাবে এখন ব’ৰ্ড গঠন আৰু হাট-বজাৰ ব্যৱসায়ীসকলক অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here