কাইলৈ দিনৰ ১১ বজাত ঘোষণা হ’ব মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল

0
142

কাইলৈ দিনৰ ১১ বজাত ঘোষণা হ’ব মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল

আমাৰ সময়ঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গঠন কৰি দিয়া কমিটিৰ পৰামৰ্শ মৰ্মে এই সিদ্ধান্ত |বিদ্যালয় মূল্যায়ন কমিটি আৰু জিলাভিত্তিক পুনৰীক্ষণ কমিটিৰ যুটীয়া মূল্যায়নৰ ভিত্তিত ঘোষণা হ’ব ফলাফল | হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ আৰু অসম হাইমাদ্ৰাছাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক ভাল খবৰ | অহা ৩০ জুলাই অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ’ব ফলাফল | কাইলৈ দিনৰ ১১ বজাত ঘোষণা কৰা হ’ব ফলাফল |

মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,৩৮,৮২৮ জন | ছেবাৰ অধীনত থকা মুঠ বিদ্যালয়ৰ সংখ্যা হৈছে ৭,৩০১ খন |হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,২৬,৫৫৩ জন আৰু ইয়াৰে ছাত্ৰৰ সংখ্যা হৈছে-১,৯৭,৫৬৫ জন | আনহাতে ছাত্ৰীৰ সংখ্যা হৈছে- ২,২৮,৯৮৮ গৰাকী | অসম হাইমাদ্ৰাছাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে- ১২,২৭৫ জন | ইয়াৰে ছাত্ৰৰ সংখ্যা হৈছে-৪৭২৩ জন আৰু ছাত্ৰীৰ সংখ্যা- ৭,৫৫২গৰাকী | এইবাৰ মাৰ্কচিটসমূহ ডিজিটেল ফৰ্মেতত লাভ কৰিব শিক্ষাৰ্থীসকলে ম’বাইল এপ অথবা ৱেবচাইটৰ জৰিয়তে লাভ কৰিব মাৰ্কচিট অথবা ফলাফল |

websiteসমূহ হৈছে-
https://sebaonline.org
www.sebaresults.in
resultassam.nic.in
www.results.shiksha
www.assam.shiksha
www.assamonline.in
www.indiaresults.in
exametc.com
www.schools9.com
assamjobalerts.com
assamresult.in
https://iresults.net
necareer.com
www.jagranjosh.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here