বটদ্ৰৱাৰ নিচান তলৰ এটি পৰিয়ালৰ চকুত চকুলো

0
124

বটদ্ৰৱাৰ নিচান তলৰ এটি পৰিয়ালৰ চকুত চকুলো

পৰিয়ালৰ মুৰব্বী আক্ৰান্ত দুৰাৰোগ্য ৰোগত

দীৰ্ঘদিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত পৰিয়ালৰ উপার্জনকাৰী

আমাৰ সময়: কৰ’ণা মহামাৰীয়ে সকলোকে ত্ৰস্তমান কৰাৰ সময়তে বটদ্ৰৱাৰ নিচান তলৰ এটি পৰিয়াললৈ নামি আহিছে অন্ধকাৰ । এই পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰীজনেই ৰোগাক্ৰান্ত হৈ পৰি ৰৈছে বিছনাত ।এমুঠি অন্নৰ বাবেও পৰিয়ালটিয়ে হাহাকাৰ কৰিবলগীয়া হৈছে । তেনে পৰিস্থিতিত কৰ্কট ৰোগত আক্ৰান্ত লোকজনক চিকিৎসা কৰিব ক’ৰ পৰা ! দিশহাৰা হৈ পৰিছে পৰিয়ালটি ।

পৰিয়ালটিক প্ৰয়োজন অকণমান সহায়ৰ । আপোনাৰ অকণমান সহায়ে হাঁহি বিৰিঙাব পাৰে পৰিয়ালটিৰ মুখত । উপায়হীন হৈ বটদ্ৰৱাৰ বিধায়িকাৰ লগতে মন্ত্ৰী সকললৈও সহায়ৰ অনুৰোধ জনাইছে । এই বেংক একাউণ্টৰ জৰিয়তে আপুনিও আৰ্থিক সহায় আগবঢ়াব পাৰে ।
A/C Holder name- ISMAIL MUBARAK
A/C NO: 1347010917551
IFSC:PUNB0134720
অথবা যোগাযোগ কৰিব পাৰে এই নম্বৰত- 9854179788

বটদ্ৰৱা, কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here