কৰ’ণাই প্ৰাণ কাঢ়িলে সাংবাদিক ৰুবুল দিহিঙিয়াৰ

0
93

কৰ’ণাই প্ৰাণ কাঢ়িলে সাংবাদিক ৰুবুল দিহিঙীয়াৰ

আমাৰ সময়ঃ ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ । এই মহাব্যাধিয়ে পুনৰ প্ৰাণ কাঢ়িলে আন এগৰাকী সাংবাদিকৰ । কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু সাংবাদিক ৰুবুল দিহিঙীয়াৰ। ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল GMCHত । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ ।

এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক আছিল ৰুবুল দিহিঙীয়া । সাংবাদিকৰ লগতে আন বহু সামাজিক কামত জড়িত আছিল ৰুবুল দিহিঙীয়া । সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সংবাদকৰ্মীৰ লগতে বোকাজানবাসী ।

News desk report

LEAVE A REPLY

Please enter your comment!
Please enter your name here