প্রকৃততে হৈছে কি গুৱাহাটীৰ উৱেৰ আৰু ৰেপিড’ চালকৰ

প্রকৃততে হৈছে কি গুৱাহাটীৰ উৱেৰ আৰু ৰেপিড’ চালকৰ

 

আপুনি যদি গুৱাহাটীৰ বাসিন্দাঅফিচ যাবলৈ যদি দেৰি হৈছেসমস্যাত পৰিছে নেকি আপুনি?তেন্তে কিছুমান উৱেৰ আৰু ৰেপিড’ চালকৰ পৰা সাৱধানপ্রতিদিনেই গুৱাহাটীবাসীৰ অভিযোগ ওৱেৰ আৰু ৰেপিড’ চালকৰ ওপৰত দিনক দিনে মহানগৰীত বৃদ্ধি হৈছে উৱেৰ ৰেপিড’ চালকৰ সংখ্যা। প্রতিটো অলিয়ে -গলিয়ে এতিয়া ৰেপিড’, ওৱেৰ প্রযোজ্য। কিন্তু বিগত কিছুদিনৰ পৰা ওৱেৰ ৰেপিড’ক লৈ সমস্যাত ভূগিছে মহানগৰ বাসী | কেতিয়াবা যদি নিৰ্ধাৰিত পইচাতকৈ বেছি বিচাৰে|কেতিয়াবা আকৌ সময়তকৈ দেৰিকৈ আহি পায়|বিচৰা পইচা যদি নিদিয়ে তেন্তে cancel নকৰে তেওঁলোকে|তাৰ সলনি আপোনাক লগাই দিব কেইবা টকাও ঘাটি|মুঠৰ ওপৰত সিহঁতৰ ময়মতালিৰ বাবে সময়ত অফিচ নাইবা কোনো অনুষ্ঠানত উপস্থিত হ’ব নোৱাৰি ।|প্রকৃততে হৈছে কি গুৱাহাটীৰ উৱেৰ আৰু ৰেপিড’ চালকৰ ।নিৰ্ধাৰিত টকাকৈ বেছি টকা লৈ শোষণ কৰিছে মহানগৰবাসীক |

অফিচ -কাছাৰীৰ কৰ্মচাৰীৰ লগতে এতিয়া বিপদত পৰিছে বিদ্যালয় -মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে। বহুতে বৰ্তমানৰলৈকে অভিযোগ দিয়াৰ পিছতো কিয় একো পৰ্দক্ষেপ লোৱা নাই সেইয়া এক চিন্তনীয় বিষয় হৈ পৰিছে মহানগৰবাসীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *