ঘৰত কপৌ চৰাই আহিলে কি হয় ?

সঁচাকৈয়ে জীৱ-জন্তু বা চৰাই চিৰিকটীক খোৱাব পৰাটো অতি ভাগ্যৱান । যদি দৈনিক কোনো প্ৰাণীক খুৱাব পাৰে আপোনাৰ মংগল সাধন হয় আৰু বাস্তুৱ বিশেষজ্ঞসকলে, কৈছে যে চৰাই চিৰিকটীক ঘৰতে ৰাখিব পাৰিলে আপোনাৰ জীৱনও সলনি হ’ব পাৰে । অৱশ্যে কপৌ চৰাইক একেবাৰে ঘৰত ৰাখিব নালাগে, বিশেষজ্ঞসকলেও কয় যে যদি আপুনি ঘৰৰ বাহিৰত কপৌক খুৱাব পাৰে, তেন্তে আপুনি আপোনাৰ জীৱনত বহুখিনি সাফল্য লাভ কৰিব পাৰে । আৰু ইয়াৰ বাবে আপোনাৰ জীৱনত উঠি অহাৰ পথ বহল হ’ব বুলি বিশেষজ্ঞসকলে কয় ।

কিন্তু কপৌ চৰাইৰ মলৰ পৰা নিজকে আঁতৰাই ৰখাটো নিশ্চিত । আপোনাৰ ঘৰত কপৌৰ বাহ সজা আপোনাৰ বাবে একেবাৰেই ভাল শুভ নহয় । বেলেগ খালী ঠাইত কপৌক খুৱাব পাৰি, ই আপোনাৰ মাজত এক অদ্ভুত পৰিৱৰ্তন আনিব, আপোনাৰ মনটো ভাল হ’ব আৰু যদি আপোনাৰ মনটো ভাল হয় তেন্তে আপোনাৰ শৰীৰটোও ভাল হ’ব আৰু আপোনাৰ ঘৰত ধনাত্মক শক্তি আহিব । কিন্তু ঘৰত কেতিয়াও কপৌক বাহ সজাবলৈ নিদিব, আপোনাৰ বাবে একেবাৰেই ভাল নহ’ব । কপৌ চৰাইয়ে বহুত মলি তৈয়াৰ কৰে, আৰু সেই মলিৰ পৰা ঋণাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব পাৰে, যিটো কেতিয়াও আপোন জীৱনীৰ মংগল কৰিব নোৱাৰে ।

কিন্তু কেৱল কপৌ চৰাইৰ বাহিৰেও নহয় কাউৰীকো খুৱাব পাৰি । ইয়াৰ উপৰিও বাস্তুৱ বিশেষজ্ঞসকলে কয় যে যদি আপুনি প্ৰতিদিনে কুকুৰ বা গৰু এটাকোও খুৱাব পাৰে, অৰ্থাৎ যিকোনো প্ৰাণীক খুৱাই দিয়াটো আপোনাৰ বাবে বহুত ভাল । গতিকে ৰাতিপুৱা সাৰ পাই পলম নকৰাকৈ যিকোনো প্ৰাণীক খুৱাব পাৰিব আৰু দেখিব জীৱনৰ উন্নতি ।

বিঃদ্ৰঃ উক্ত লেখা সামাজিক মাধ্যম পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত (কাল্পনিক)।

Leave a Reply

Your email address will not be published. Required fields are marked *