কেনেকৈ আপুনি ইনস্টাগ্রামৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰিব

Instagram ৰ পৰা আপুনি টকা উপাৰ্জন কৰিব বিচাৰে নেকি? জানো আহক :

আপুনি Instagram ত কেনেকৈ ধন উপাৰ্জন কৰিব। আজি কালি Social Media অধিক উপভোগী হৈ পৰিছে, কাৰন সকলোৱে Social Media ত বিভিন্ন একাউন্ট খুলে আৰু তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। ছচিয়েল মিডিয়া হৈছে মানুহৰ ওচৰলৈ যোৱা আৰু মানুহৰ সৈতে কথা পতা, ভাব বিনিময় কৰা এটা উৎকৃষ্ট Medium.

মানুহে ইয়াক তেওঁলোকৰ বিভিন্ন কামৰ বাবে ব্যৱহাৰ কৰে যেনে তথ্য হিচাপে, মানুহে কথা পাতে, Audio calling, Video calling, Brand Advertising, Marketing etc. কৰে আৰু বিজ্ঞাপনৰ পৰা কেনেদৰে টকা উপাৰ্জন কৰে ইত্যাদি।

Instagram হৈছে এক সামাজিক মাধ্যমৰ platform যিয়ে মানুহক জড়িত কৰি ৰাখে। ইয়াত আপুনি আপোনাৰ photo আৰু video মানুহৰ সৈতে share কৰিব পাৰে। ই Facebook বা Whattsapp ৰ দৰে কাম কৰে কিন্তু কিছুমান বেলেগ সুবিধা আগবঢ়ায় যিয়ে ইয়াক এক সুকিয়া ৰূপ প্ৰদান কৰে।
এইটো এটা Android App যাক Laptop বা Android mobile ত চলাব পাৰি। আপুনি Instagram ৰ জৰিয়তে Facebook ৰ অনুসৰনকাৰী বৃদ্ধি কৰিব পাৰে আৰু লগতে Photo, video, audio আদি Sharing কৰিব পাৰে।
Instagram (ইনষ্টাগ্ৰাম) এটা অতি সুপৰিচিত সামাজিক platform. ইয়াত এতিয়ালৈকে প্ৰতিদিন 75 million তকৈও অধিক লোক সক্ৰিয় হৈ আছে। প্ৰায় 500 million তকৈও অধিকলোকে Instagram download কৰিছে।

Instagramত টকা পাব হলে, আপুনি তৃতীয় পক্ষৰ (Third Party) সমৰ্থনৰ প্ৰয়োজন হয়। তেওঁলোকে আপোনাক ধন উপাৰ্জন কৰাত সহায় কৰিব। তলত সম্পূৰ্ণ বিৱৰন দিয়া হ’ল।
১. Google payৰ পৰা উপাৰ্জন কৰিব পাৰে।
২. বিভিন্ন ধৰনৰ Company ৰ পৰা Advertise দেখুৱাই।
৩. Sponsorship লৈ উপাৰ্জন কৰিব পাৰি।
৪. বিভিন্ন ধৰনৰ Marketing কৰি। etc.

. এটা Brandৰ Sponsorship কৰি ?
বন্ধুসকল আজি বিশ্বজুৰি এনে বহুতো ব্ৰেণ্ড আছে যিয়ে তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে বিভিন্ন Social media platform ব্যৱহাৰ কৰে এই Social media platform বোৰৰ ভিতৰত এটা হৈছে Instagram . আপুনি এটা Brandৰ সামগ্ৰী প্ৰচাৰ কৰিওঁ ধন উপাৰ্জন কৰিব পাৰে।
Instagram ত Company টোৱে তেওঁলোকৰ Brand Marketing ৰ কাৰনে কিছুমান Individual বাছনি কৰে, যাৰ তেওঁলোকৰ Instagram Accountত অধিক Follower আছে। আপুনি আপোনাৰ Instagram Account ত তেওঁলোকৰ Brandৰ photo, video, products মানুহৰ (follower) সৈতে share কৰিব লাগে। যাৰ বাবে আপুনি ধন পাব। কিন্তু এই ধন আপোনাৰ Instagram followerৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ যিমান বেছি follower থাকিব আপোনাৰ সিমান অধিক পোৱাৰ সম্ভাৱনা থাকে।

. Affiliate Marketing কৰি
যদি আপুনি E-commerceৰ সৈতে জড়িত হয় তেন্তে আপুনি Affiliate Marketing কৰিওঁ ধন উপাৰ্জন কৰিব পাৰে। আপুনি Flipkart বা Amazonৰ দৰে E-commerce websiteত Account সৃষ্টি কৰি তাৰ জৰিয়তে সামগ্ৰী বা productৰ link আৰু photo share কৰি বৃহৎ Amount Commission লব পাৰে। যেতিয়াই কোনো সদাশয়ে আপোনাৰ linkত click কৰিব আপুনি কিছু Commission পাব। এই সুবিধা Instagramৰ দ্বাৰা লাভ কৰিব পাৰি।

. Product sell কৰিও উপাৰ্জন কৰিব পাৰি।
যদি আপুনি আপোনাৰ নিজা Product বা বেলেগৰ Product ও আছে Instagramত বিক্ৰী কৰিব পাৰে। কেৱল আপুনি Productৰ photo , Rate আৰু Description লিখি upload কৰিব লাগে। মনত ৰাখিব যে আপুনি Productৰ সম্পূৰ্ন বিৱৰন লিখিব যিয়ে আপোনাৰ followerৰ সকলো ফালৰ পৰা সন্তুষ্ট কৰে।
বন্ধুসকল আপুনি নিশ্চিত কৰিব লাগিব যে আপোনাৰ Instagram Accountত অধিক follower থাকে আৰু মানুহৰ involvement থাকে। গতিকে follower সকলে কেৱল ইয়াৰ বিষয়ে তথ্য লাভ কৰিহে আপোনাৰ Product ক্ৰয় কৰিব পাৰে। আপুনি যাতে বেছিভাগ সময় Instagramত সক্ৰিয় হৈ থাকে।


বহুতো মানুহে ফটোগ্ৰাফী কৰি খুব ভাল পায়। তেওঁলোকৰ উচ্চ-মানদণ্ডৰ DSLR Cameraৰ জড়িয়তে বহুতো photo সংগ্ৰহ কৰে। এই photoবোৰ আপুনি Instagramত upload কৰি এটা মোটা অংকৰ ধন উপাৰ্জন কৰিব পাৰে।
আপুনি কেৱল আপোনাৰ photos বোৰত Watermark দি আৰু লগতে Contact number দি Instagramত বিজ্ঞাপন হিচাপে upload কৰিব পাৰে। মানুহে যাতে ভাবে যে আপুনি এজন ভাল photographer আৰু আপোনাৰ বহুত Photos collection আছে। এনেদৰে আপোনাৰ Photos promote কৰিলে বহুতো Company বা Brandয়ে Contact কৰিব আৰু ধন উপাৰ্জনৰ বাট মুকলি কৰি দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *