সাৱধানঃ ঠাণ্ডা দিনত কেতিয়াও ঠাণ্ডা পানীৰে গা নুধুব

এই কালছোৱা শীত কালৰ আগমনৰ সময় । এই ঠাণ্ডাৰ বতৰত বহুতে গা ধুৱলৈ বেয়া পায় । কিন্তু ঠাণ্ডা দিনত বিজ্ঞানসন্মত ভাৱে গা নুধুলে আপোনাৰো বিপদ হ’ব পাৰে । কিয়নো ঠাণ্ডা দিনত অত্যাধিক ঠাণ্ডা পানীৰে গাঁ কেতিয়াও ধুব নালাগে । ইয়াৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানীৰে গা ধুব লাগে ।

এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিছে যে, ঠাণ্ডা পানীৰে গা ধুলে  কি অপকাৰিতা হয় । ঠাণ্ডা পানী সকলোৰে শৰীৰটোৱে শোষণ কৰিব নোৱাৰে । আৰু জানি থোৱা ভাল যে, অত্যাধিক ঠাণ্ডা পানীৰে গা ধুলে কেতিয়াবা কিছু লোকৰ ব্ৰেইন ষ্ট্ৰোক পৰ্যন্ত হয় ।  ইয়াৰো পৰি অন্য বহু সৰু-সুৰা আনুসংগিক বেমাৰেও লগ দিয়ে শীত কালত ঠাণ্ডা পানীৰে গা ধুলে ।

গতিকে শীত কালত অত্যাধিক ঠাণ্ডা পানীৰে গা ধুৱাৰ পৰা আপুনিও সাৱধানে থাকক । অন্যথা আপোনাৰ বিপদ মাতি অনা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *