সশস্ত্ৰ সীমা বাহিনীত কনিষ্টবলৰ 1522 পদ খালি -AMARXOMOY

0
278

আমাৰ সময় ; ১৮ ডিচেম্বৰ : সশস্ত্ৰ সীমা বাহিনীত কনিষ্টবলৰ 1522 পদ খালি | ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত-নেপাল আৰু ভাৰত -ভূটান সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰা সশস্ত্ৰ সীমা বাহিনীত constableৰ 1522পদ খালী । প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,1522 পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে -Diver- male(574),laboratory assistant(21),veterinary(161), ayah-female(5), carpenters (3), plumber (1), painter(12), tailor(20), cobbler(20), gardener(9), cook-male(232), cook-female(26), washer man-made(92), washerman-female(28), barber-male(75), Barber-female(12), safaiwala-male (89), safaiwala-female(28), water carrier-male(101), water carrier – female(12),আৰু waiter-male (1) ।
মুঠ 1522 পদৰ ভিতৰত অসংৰক্ষিত ৫৫৬টা। অ’বিচিৰ ৩৩৬টা,এছচিৰ ৩৫৫টা, এচটিৰ ১৫১টা আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেনীৰ প্ৰাৰ্থীৰ বাবে ১১৪টা পদ সংৰক্ষীত থাকিব । আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি শৈক্ষিক অৰ্হতা, অভিজ্ঞতা, বয়স, শ্ৰেণী, দৰমহাৰ নিৰিখ, বাছনি প্ৰক্ৰিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় বেৱছাইট www.ssbrectt.gov.in লগ-ইন কৰিব পাৰে । আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ ডিচেম্বৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here