কিন্তু এতিয়াও নেটত উপলব্ধ পৰ্ণগ্ৰাফীৰ চাইট !
এতিয়াও ইণ্টাৰনেটত পৰ্ণ উপভোগ কৰে ভাৰতৰ বহুলাংশ লোকে
দেশত সৰ্বাধিক দৰ্শন কৰা কেইটামান পর্ণ চাইট
স্মার্টফোন আৰু মোবাইল ইণ্টাৰনেট সুলভ হৈ পৰাৰ লগে লগে পর্ণ পূৰ্বতকৈ সহজে উপলব্ধ হৈ পৰিছে। দেশত কেইবাটাও পর্ণ চাইট নিষিদ্ধ হ’লেও এতিয়াও ইণ্টাৰনেটত পৰ্ণ উপভোগ কৰে ভাৰতৰ বহুলাংশ লোকে ।
বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে ৱেবত সন্ধান কৰা প্ৰতি ৱেব চাইটৰ ভিতৰত এটা পৰ্ণগ্ৰাফীৰ চাইট। অর্থাৎ দেশত পৰ্ণ উপভোগ কৰা দৰ্শকৰ সংখ্যা যথেষ্ট।
ভাৰতীয় দৰ্শকে সর্বাধিক সন্ধান কৰা পৰ্ণ চাইটৰ এক তালিকাও পৰিসংখ্যাসহ প্ৰকাশ পাইছে। চাওঁ আহক এই তালিকাখন :
এক্স ভিডিঅ’জ্ (XVideos )
XVideos হৈছে পৰ্ণগ্ৰাফিক ভিডিঅ’ শ্বেয়াৰিং আৰু দৰ্শনৰ সুবিধা থকা বহুল জনপ্ৰিয় ৱেবছাইট। ২০০৭ চনত পেৰিছত প্ৰতিষ্ঠা হোৱা এই ৱেবছাইটটো এতিয়া চেক কোম্পানী ডব্লিউ জি চি জেড হোল্ডিঙৰ পঞ্জীয়নভুক্ত।
২০২২ চনৰ নৱেম্বৰ মাহলৈকে ই সৰ্বাধিক দৰ্শন লাভ কৰা পৰ্ণগ্ৰাফিক ৱেবছাইট আৰু বিশ্বৰ ১১ নং সৰ্বাধিক দৰ্শন কৰা ৱেবছাইট।
ভাৰতত ২০২৩ চনত ৯৮২.০৭ মিলিয়ন দর্শকে এই পর্ণ ৱেবছাইটত পৰ্ণ উপভোগ কৰিছে।
পর্ণহাব (Pornhub )
Pornhub কানাডাৰ মালিকানাধীন ইণ্টাৰনেট পৰ্ণগ্ৰাফী ৱেবছাইট। মাইণ্ডজিকৰ মালিকানাধীন কেইবাটাও পর্ণগ্রাফিক ভিডিঅ’-স্ত্ৰীমিং ৱেবছাইটৰ ভিতৰত ই অন্যতম ।
২০২২ চনৰ নৱেম্বৰ মাহলৈকে পর্ণহাব বিশ্বৰ ১৩ নং সৰ্বাধিক দৰ্শন কৰা ৱেবছাইট আৰু এক্সভিডিঅ’ছৰ পিছত দ্বিতীয় সর্বাধিক দর্শনপ্রাপ্ত প্রাপ্তবয়স্ক ৱেবছাইট।
অৱশ্যে ছেমৰুছৰ তথ্য অনুসৰি ২০২৩ চনত ভাৰতৰ ভিতৰতে সৰ্বাধিক দৰ্শন কৰা পৰ্ণ ৱেবছাইট হৈছে পৰ্ণহাব আৰু ইয়াৰ দৰ্শকৰ সংখ্যা ১.০৩ বিলিয়ন।
এক্সহেমষ্টাৰ (xHamster )
xHamster হৈছে চাইপ্ৰাছৰ পৰ্ণগ্ৰাফিক মিডিয়া আৰু ছ’চিয়েল নেটৱৰ্কিং চাইট। ইয়াৰ মুখ্য কাৰ্যালয় আছে চাইপ্ৰাছৰ লিমাছলত।
২০০৭ চনত প্ৰতিষ্ঠা হোৱা xHamster ইণ্টাৰনেটত XVideos, XNXX আৰু Pornhub ৰ পিছত চতুর্থ জনপ্ৰিয় পৰ্ণগ্ৰাফী ৱেবছাইট।
২০২০ চনৰ জুলাই মাহলৈকে xHamster বিশ্বৰ ভিতৰতে সৰ্বাধিক ট্ৰেফিক হোৱা ৱেবছাইট আছিল। ভাৰতত এই চাইটটো ৬৯৭.১৩ মিলিয়ন দর্শনাৰ্থীৰে তৃতীয় স্থানত আছে।
এক্স এন এক্স এক্স (XNXX)
পৰ্ণগ্ৰাফিৰ আন এক জনপ্রিয় চাইট হৈছে XNXX । Similarweb ৰ এক তথ্য অনুসৰি ২০২২ চনৰ নৱেম্বৰ মাহলৈকে বিশ্বৰ সৰ্বাধিক দৰ্শন লাভ কৰা ৱেবছাইটৰ তালিকাত XNXX আছিল ১৪ নং স্থানত।
২০০০ চনত আৰম্ভ হোৱা XNXX চাইট মূলত: পেৰিছৰ পৰা তদাৰক কৰা হয়। মন্ট্রিয়েল, টকিঅ’ আৰু নিউৱকত ইয়াৰ চাৰ্ভাৰ আৰু কাৰ্যালয় আছে।
স্পেংকবেং (Spankbang)
ভাৰতৰ ভিতৰতে সৰ্বাধিক দৰ্শন পোৱা পৰ্ণগ্ৰাফী চাইটসমূহৰ ভিতৰত Spankbang অন্যতম। ২০২৩ চনত ভাৰতত এই পৰ্ণ চাইটটোত ৪২২.০১ মিলিয়ন দর্শকৰ উপস্থিতিৰ তথ্য আছে।