কিয়াৰা আদৱানীৰ পৰা অনন্যা পাণ্ডেলৈ শাৰীৰে চমক দিলে বলীউদ তাৰকাই

 কিয়াৰা আদৱানীৰ পৰা অনন্যা পাণ্ডেলৈ শাৰীৰে চমক দিলে বলীউদ তাৰকাই

বলীউদৰ তাৰকাসকলক দেখা গ’ল বিশেষ ৰূপত আম্বানী পৰিয়ালৰ গণেশ পূজাত বলীউডৰ তাৰকাৰ সমাগম ইজনত কৈ সিজন‌ বলিউডৰ তাৰকাৰ চমকে দৃষ্টি আকৰ্ষণ কৰিলে‌ সকলোৰে

প্ৰতি বছৰে গণেশ চতুৰ্থীত বলীউদৰ অনন্য ৰূপত দেখা যায় বলীউদৰ তাৰকাসকলক। গণেশ চতুৰ্থী উপলক্ষে মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে তেওঁলোকৰ ঘৰলৈ বাবা গণেশৰ আশিস ল’বলৈ আমন্ত্ৰণ জনায় বলীউদ তাৰকাসকলক।

এই উপলক্ষে বলীউদৰ তাৰকাসকলক দেখা গ’ল বিশেষ ৰূপত। নিজৰ পছন্দৰ শাড়ী পৰিধান কৰা দেখা গ’ল বলীউদ ডিভাসকলক

সুন্দৰী অভিনেত্ৰীসকলৰ অধিকাংশকে দেখা গ’ল সুন্দৰ এমব্ৰইডাৰী কৰা, উজ্জ্বল শাৰী পৰিধান কৰা। অনন্যা পাণ্ডে, আলিয়া ভাট, শানায়া কাপুৰ, জাহ্নবী কাপুৰ, ৰশ্মিকা মান্দন্না, কিয়াৰা আদৱানী, দিশা পাটানি, মৌনী ৰয়, আথিয়া শেট্টী, মানুষী ছিল্লাৰ আৰু মাধুৰী দীক্ষিত নেনেৰ লগতে আন কেইবাগৰাকীও অভিনেত্ৰীক দেখা গ’ল এই ৰূপত

Leave a Reply

Your email address will not be published. Required fields are marked *