অশ্ৰুসিক্ত নয়ণেৰে ভক্তই বিশ্বনাথত বিসৰ্জন দিলে দেৱী প্ৰতিমা

0
412

গহপুৰৰ পৰা গৌতম ভূঞা: অশ্ৰুসিক্ত নয়ণেৰে ভক্তই বিশ্বনাথত বিসৰ্জন দিলে দেৱী প্ৰতিমা ৷ কভিড প্ৰট’কলৰ মাজত শান্তিৰে সম্পন্ন বিজয়া দশমী ৷ কভিড প্ৰট’কলৰ মাজেৰে অশ্ৰুশিক্ত নয়নেৰে বিশ্বনাথঘাটত বিসৰ্জন দিয়া হয় দুৰ্গাদেৱীৰ প্ৰতিমা ৷ অতি কম সংখ্যক ভক্ত উপস্থিত থাকে বিসৰ্জন স্থলীত ৷ কভিড প্ৰট’কলৰ মাজেৰে অনুষ্টুপীয়াকৈয়ে সম্পন্ন হ’ল দেৱী বিসৰ্জন প্ৰক্ৰিয়া ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here