গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ত পদ খালি

0
442

গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ত অচিৰেই Revenue Sheristadar ৰ পদত যোগ্য প্ৰাৰ্থী নিয়োগ কৰা হব।১৯ ছেপ্টেম্বৰ পূৰ্বে আবেদন আহ্বান। আগ্ৰহীসকলে যাবতীয় নথি-পত্ৰৰ প্ৰত্যায়িত প্ৰতিলিপিসহ আবেদন Deputy Commissioner,Goalpara ,P.O-Baladmari,Goalpara-783121 ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here