প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষ্যে ৰোগীৰ মাজত ফলমূল বিতৰণ

0
497

হোজাই,প্ৰশান্ত দত্ত: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষ্যে ভাৰতীয় জনতা পাৰ্টি,হোজাই জিলা সমিতিৰ চিকিৎসালয়ৰ ৰোগীৰ মাজত ফলমূল বিতৰণ ।

70 সংখ্যক জন্মদিবছ উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে পালন কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি হোজাই FRU ত ফল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখাপত্ৰ ৰাম প্ৰসাদ গুষৰ লগত বহুত কাৰ্য কৰ্তা উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here