বঙাইগাঁওত সৃষ্টি হৈছে এটা চাঞ্চল্যৰ ঘটনা

0
375

বঙাইগাঁও জিলাৰ খগৰপুৰ পাহাৰত হাবিৰ মাজত হাত, ভৰি আৰু চকুত কাপোৰে দি বান্ধি থোৱা অৱস্থাত দুজনকৈ লোকক উদ্ধাৰ,
পুৱা দৌৰিব অহা যুৱকে প্ৰত্যক্ষ কৰে লোকদুজনক আৰু লগে লগে আৰক্ষী ক খবৰ দিয়ে
ঘটনাস্থলীত বইটামাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুয়োকে। আৰুক্ষীয়ে
লগে লগে লোক দুজনক চিকিৎসালয়লৈ চিকিৎসা ৰ বাবে লৈ যায়।
লোক এজনৰ দেহৰ কিছু কিছু অংশত আঘাত ৰ দাগ দেখিবলৈ পোৱা যায়,লোকদুজন প্ৰবীৰ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্ৰ,প্ৰবীৰ কুমাৰ পেশাত ট্ৰাকচালক

 

গুৱাহাটীৰ পৰা শিলচৰ গৈ থকা সময়ত গুৱাহাটীৰ পৰাই এটা ন দহ জনিয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰে ট্ৰাকসহ দুই ব্যক্তিক,ট্ৰাকৰ নং JH 10 BX 8916

লোক দুজনৰ পৰা জানিব পৰা মতে ট্ৰাকখন বিস্কুটভৰ্তি আছিল ,গুৱাহাটীৰ বেলতলা সমীপৰ অঞ্চল এটাৰ পৰা ট্ৰাক খনৰ চালক আৰু চালকৰ লগত থকা মানুহ জনক ট্ৰাকৰ সৈতে অপহৰণ কৰাৰ কথা জনায় চালক জনে,
অভয়াপুৰী ৰ পৰা অনুপ জ্যোতি দাসআমাৰ সময়

LEAVE A REPLY

Please enter your comment!
Please enter your name here