লখিমপুৰত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ সংবাদমেল 

0
336

লখিমপুৰত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ সংবাদমেল

# আৰক্ষীৰ দুৰ্নীতিৰ বিৰুদ্ধে আয়োজন কৰে এই সংবাদমেল ৷
# সংবাদমেলত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্য্যবাহী
সম্পাদিকা ছাহিবা আহমেদে লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উৎথাপন কৰে ৷
#আজি আৰক্ষী বিষয়াজনে ভুক্তভোগীক ন্যায় প্ৰদানৰ পৰিবৰ্তে আচামী পক্ষক সুৰক্ষা দিয়াৰো গুৰুতৰ অভিযোগ উৎথাপন কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here