হোজাইত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী

0
76

হোজাইত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী

আমাৰ সময়ঃ আৰক্ষীৰ জালত জয় ৰয় | হোজাই আৰক্ষীয়ে অভিযান চলাইছিল ৰামপুৰবস্তিত |এই অভিযানত আটক জয় ৰয় | ড্ৰাগছ কন্টেইনাৰসহ আটক যুৱকজন | যুৱকজনৰ বাসগৃহত আৰক্ষীৰ তীব্ৰ অভিযান | যুৱকজনৰ গাড়ীৰ পৰা উদ্ধাৰ ব্ৰাউন ছুগাৰ | জব্দকৃত গাড়ীখনৰ নম্বৰ AS 01 AP 4782 | গাড়ীখনৰ লগতে জব্দ ১০ টাকৈ ব্ৰাউন ছুগাৰভৰ্তি কণ্টেইনাৰ | তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

হোজাই,প্ৰশান্ত দত্ত

LEAVE A REPLY

Please enter your comment!
Please enter your name here